Eti Pol Ruwana Lyrics by Deeplina Deka - Pathak Library

Contact Form

Wednesday, October 22, 2025

Eti Pol Ruwana Lyrics by Deeplina Deka

Eti Pol Ruwana Lyrics by Deeplina Deka

Here is the Lyrics of "Eti Pol Ruwana" by Deeplina Deka. This song is composed by Ishanu and written by Paplu Chetia.Visit PathakLibrary.com for more Lyrics. 

Eti Pol Ruwana
Singer Deeplina Deka
Composer Ishanu
Music Ishanu
Song WriterPaplu Chetia

Eti Pol Ruwana Lyrics by Deeplina Deka


এটি পল ৰোৱানা

দুবাহুতে মধুৰ বেলা (x2)


এসুঁতি জিৰাবলৈ মোৰ

মনতে হেঁপাহে আবুৰ,

এছাটি ৰং আজীৱন

তোমাৰ নামতে মোৰ,

এছাটি ৰং আজীৱন

তোমাৰ নামতে মোৰ।


এটি পল ৰোৱানা

দুবাহুতে মধুৰ বেলা


গণি গণি ঘূৰি আহি তোমাতে ৰওঁ আকৌ এবাৰ

গোৱা তুমি মৰমৰে গান

লেখি লেখি থুপিতৰা জোনাকী বহু নিশাৰ

গোৱা তুমি উতনুৱা গান

মোৰ আকাশ তুমিয়েই...


এছাটি ৰং আজীৱন

তোমাৰ নামতে মোৰ,

এছাটি ৰং আজীৱন

তোমাৰ নামতে মোৰ।


ঘূৰি ঘূৰি জুমি জুমি তোমাকে চাওঁ বাৰে প্ৰতি

দেখা পালে হৃদয় জুৰে,

মুঠি মুঠি শেৱালিৰে কৰণি পাওঁ তোমাৰ নামত

হাঁহি এটি সৰকি পৰে,

হাবিয়াস তুমিয়েই।


এছাটি ৰং আজীৱন

তোমাৰ নামতে মোৰ,

এছাটি ৰং আজীৱন

তোমাৰ নামতে মোৰ।


এটি পল ৰোৱানা

দুবাহুতে মধুৰ বেলা।



Eti Pol Ruwana Watch Video


Song Credits :
  • Song Name : Eti Pol Ruwana
  • Singer : Deeplina Deka
  • Composer : Ishanu
  • Lyrics : Paplu Chetia